- প্ৰথম স্তম্ভত দুটা বিষয়ত সাক্ষ্য প্ৰদান কৰিব লাগে, তাৰে যিকোনো এটাক বাদ দিলে আনটো শুদ্ধ নহ'ব। সেয়ে দুটা মিলি হৈছে এটা স্তম্ভ।
- এই দুটা শ্বাহাদাত হৈছে দ্বীনৰ মৌলিক ভিত্তি। এই দুটা সাক্ষ্য নিদিয়াকৈ কোনো আমলেই গ্ৰহণযোগ্য নহয়।
ব্যাখ্যা
Hadeeth benefits